ƁƛƝƊƖƬƛ ƊƛŞ on Clubhouse

Updated: Nov 6, 2023
ƁƛƝƊƖƬƛ ƊƛŞ Clubhouse
890 Followers
490 Following
@banditarani Username

Bio

"তোমাৰ বাবে"

মাথোঁ তোমাৰ বাবে,
মই কবিতা লিখিব আৰম্ভ কৰিলোঁ।
মাথোঁ তোমাৰ বাবে,
মই মোৰ জীৱন পঞ্জীত লিপিবদ্ধ কৰিলোঁ,
বহুতো কথা, অনুভৱ, বহুতো কবিতা।
এদিনাখন তুমি কৈছিলা,
কবিতা তোমাৰ প্ৰেম,
কবিতা তোমাৰ প্ৰিয়,
কবিতা তোমাৰ আত্মা।
সেইদেখি লিখা কৰিলোঁ বহুতো কবিতা,
মাথোঁ তোমাৰ বাবে।
সেই কবিতাৰ মাজেৰে তোমাৰ অনুভৱ,
প্রকাশ কৰিবলৈ চেষ্টা কৰোঁ।
সেই কবিতাৰ মাজেৰে তোমাৰ প্ৰতিচ্ছবি,
দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ।
লিখিলোঁ বহুতো কবিতা,
লিখিলোঁ বহুতো অনুভৱ,
মাথোঁ তোমাৰ বাবে,
কেৱল তোমাৰ বাবে।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 06, 2023 890 +290 +48.4%
November 10, 2022 600 -9 -1.5%
August 31, 2022 609 +1 +0.2%
July 25, 2022 608 +21 +3.6%
June 18, 2022 587 -17 -2.9%
May 12, 2022 604 -3 -0.5%
April 03, 2022 607 +8 +1.4%
February 04, 2022 599 +35 +6.3%
December 29, 2021 564 +53 +10.4%

Charts

Member of

More Clubhouse users