...... খালি কিতাপ.... ভালপোৱা হ'বলৈ যদি কিবা কাৰণ লাগে তেন্তে সেই কাৰণটো তুমি, ৰঙীন জীৱনৰ সপোন দেখিবলৈ যদি কিবা কাৰণ লাগে তেন্তে সেই কাৰণটোও তুমি, সুখৰ অনুভৱ কৰিবলৈ যদি কিবা কাৰণ লাগে তেন্তে সেই কাৰণো তুমি.... ।