❥ᏗᏁᏬᎮ ᏰᏗᏒᏬᏗᏂ on Clubhouse

Updated: Aug 3, 2023
❥ᏗᏁᏬᎮ ᏰᏗᏒᏬᏗᏂ Clubhouse
353 Followers
315 Following
@anup_baruah Username

Bio

মই দুখৰ লগত খেলো, জিকোঁৱেই বা হাৰোঁ
অবিচলিত মোৰ আনন্দ 🤗❤️


শুনা চোন,
আৱেগৰ বজাৰখন কেতিয়াকৈ বহিব জানা নেকি?
কিয়...?
অলপ মৰম বেচিব লগা আছিল..
মূল্য.......?
বেছি নহয়, এমুঠি মান সঁহাৰি দিলেই হ'ব,
i mean তোমাৰ হিয়াৰ খৰাহীৰ অলপ সঁচা সঁহাৰি!! 🥀❤️




⍟𝘼𝘿𝙈𝙄𝙉 𝙊𝙁 জোনাক 𝘾𝙇𝙐𝘽🔰

⍟𝘼𝘿𝙈𝙄𝙉 𝙊𝙁 𝙋𝙊𝙇𝙇𝙀𝙉 𝙇𝙄𝙂𝙃𝙏

⍟𝑭𝑶𝑼𝑵𝑫𝑬𝑹 𝑶𝑭 𝑺𝑬𝑹𝑨𝑩𝑶𝑳𝑰𝒀𝑨🔰✔︎


পোৱা নোপোৱা বোৰৰ হিচাপ আৰু কিমান কৰিম !
কেতিয়াবা নোপোৱা বোৰৰ মাজতেই
সুখৰ মৰীচিকা বোৰ ভাঁহি উঠে...
দুখৰ কুঁৱলী ফালি সেই মৰীচিকা বোৰ সদাই খেদি ফুৰিম !
তোমাৰ সুবাস বিচাৰি চিৰদিনলৈ 🥀♥️♥️♥️

🔵 গান মোৰ প্ৰিয় 🎶

• জীৱন দুদিনিয়া.. শূন্য হৈ আহিছিলা শূন্য হৈয়েই যাবা মাথোঁ এই যান্ত্ৰিকতাৰ পৃথিৱীত সকলোৰে আপোন হব শিকা সকলোৰে মন জিনিব শিকা 🌻

মৰম বিলাই যাবা মৰম পাই যাবা ❤️🔴

🏡 𝐒𝐨𝐨𝐭𝐞𝐚 | 𝐁𝐢𝐬𝐰𝐚𝐧𝐚𝐭𝐡 𝐂𝐡𝐚𝐫𝐢𝐚𝐥𝐢 🇮🇳

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 03, 2023 353 -122 -25.7%

Member of

More Clubhouse users