Dip BARMAN on Clubhouse

Updated: Nov 17, 2023
Dip BARMAN Clubhouse
15 Followers
71 Following
@adhoruaxopun Username

Bio

✨ তুমি মোৰ সকলো 🥰❤️

নাজানো কত কেনেকৈ তোমাক মোৰ জীৱন পথত লগ পালোঁ। এতিয়া যেন তুমিয়ে সকলো , মোৰ সুখ দুখ সকলোতে তুমি।। নিবিচাৰোঁ তোমাৰ অতীত মাথোঁ বৰ্তমান আৰু ভবিষ্যত বিচাৰোঁ। মোৰ খং অভিমান হয়টো বেছি হব পাৰে তোমাৰ ওপৰত কিন্তু তোমাৰ এবাৰ মাত শুনাৰ পিছত মোৰ খং অভিমান কত কেনেকৈ নাইকীয়া হৈ যায় গমে নাপাওঁ। কেতিয়াবা বহুত মন যায় তোমাৰ নিছে কাষত বহি মনৰ মাজত থকা মৰম বোৰ দিবলৈ কিন্তু উপাই নাই আমৰ দূৰত্ব বেছি ।। আশা কৰোঁ আমাৰ মৰম ভালপোৱা আৰু বিশ্বাস সদায় একে থাকে।
তোমাৰ ফোন মেচেজৰ বাবে মই ঘণ্টা ঘণ্টা ৱাইট কৰি থাকোঁ, সময় নহলেও যে তুমি মোৰ বাবে ১ মিনিটৰ কাৰণে ফোন কৰা তাৰবাবে মই বহুত সুখী।।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 17, 2023 15 -1 -6.3%
July 28, 2022 16 -1 -5.9%
June 21, 2022 17 -1 -5.6%
February 08, 2022 18 +1 +5.9%
January 01, 2022 17 +1 +6.3%

Charts

Member of

More Clubhouse users