হেঁপাহ গজাৰে পৰা
সপোন এটা আঁকিলৈছো দুচকুত ।
হৃদয়ত শিল এটা পিন্ধি লৈ
গায় আছো জীয়াই থকাৰ গান ।
হৃদয়গলা দুপৰীয়া বোৰত
নাভাগৰাৰ আখৰা কৰিছো ।
আচলতে......
জীয়াই থকাৰ প্ৰতিযোগিতাৰ
মই যে প্ৰথম শ্ৰেণীৰ প্ৰতিযোগী
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 19, 2024 | 56 | +9 | +19.2% |
July 14, 2023 | 47 | +11 | +30.6% |
December 09, 2021 | 36 | -1 | -2.8% |
October 31, 2021 | 37 | +1 | +2.8% |