Pintu mama on Clubhouse

Updated: Jul 22, 2023
Pintu mama Clubhouse
55 Followers
158 Following
@aadi900 Username

Bio

যদি জীৱনত কেতিয়াবা
তোমাৰ সৈতে
সন্মুখীন হওঁ তেন্তে তুমি
এটাই প্ৰশ্ন কৰিবা
তুমি ভালেই আছা নে ?
(আৰু তোমালৈ চাই
লাহেকৈ হাঁহি মাৰি কম )
" আছোঁ ভালকৈ"
কিয় নাথাকিম !!
জীৱনটো এতিয়া উপভোগ কৰিবলৈ বহুত বাকী আছে ।
জোন- তৰাবিহীন আকাশৰ তলত
আজিও মই ভালদৰে আছোঁ
কাৰণ
জোন- তৰা নাথাকিলেতো আকাশখন
হেৰাই নাযায় ।।

Member of

More Clubhouse users