🔥 অসমীয়া ল'ৰা 🔥
অসমীয়া মোৰ প্ৰথম পৰিচয়
🔥জয় আই অসম 🔥
🥰Jorhat 🥰
🤗ASSAM🤗
💔 Single 💔
💛LOVE IS LIFE হৈ যোৱা মোৰ WIFE 💛
অ🍌শৰীয়া
☻❤☺︎︎
/█\ /█\
.| |. .| |.
Clubhouse ৰ প্ৰফাইল
তুমি নাভাবিবা মই যে সদায় সুখী বুলি
সেইয়া মাথোঁ মোৰ Clubhouse ৰ প্ৰফাইল।
জীৱনতো মোৰ বৰ কঠিন।
তুমি ভবাৰ দৰে সহজ নহয় "
Clubhouse ৰ হাঁহি থকা ফটো কপি দেখি
তুমি ভাবি ললা মোৰ দুখ নাই বুলি ॥
দেখিছা জানোঁ তুমি
হাঁহিৰ মাজত লুকাই থকা মোৰ 😒 যান্ত্ৰনাময় জীৱন।
ৰাতি বিছনাত পৰি নীৰৱে চকুলো টুকো মই ॥
কেতিয়াবা নিজৰ সপোন হেৰুৱাৰ
বেদনাত ॥
আকৌ
কেতিয়াবা পিতৃ মাতৃ সপোন পূৰণ কৰিব নোৱাৰাৰ বেদনাত ॥
মাথোঁ মই জানোঁ
মোৰ জীৱনত প্ৰকিত ৰং কেনেকুৱা ।
তুমি নাভাবিবা মই যে সদায় সুখী বুলি
সেয়া মাথো মোৰ Clubhouse ৰ প্ৰফাইল
😌😌😌
🙋 কাজিয়া কৰি ভাল নাপাওঁ।।
জীৱনত পাৰিলে
পানীৰ দৰে হ'বলৈ চেষ্টা কৰা,
নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি
ল'ব পাৰিবা।
পাথৰৰ দৰে নহবা আনক উজুতি খোৱাবলৈ
❤️
নিজৰ সুখত মই হাঁহিছো,মোৰ মুখত হাঁহি দেখি নিজৰ দুখ পাহৰা জনেই ❤️ মা ❤
যাৰ আঙুলিত ধৰি সোণোৱালী ভবিষ্যতলৈ খোজ দিছিলো যাৰ বুকুৰ মাজত ভয়বোৰকো হৰুৱাইছিলো সেয়াই 🥰দেউতা🥰
🤝 বন্ধু 🤝
জীৱনত কিছুমান এনেকুৱা
বন্ধু লগ পােৱা যায়। যিসকল আমাৰ পৰিয়াল হৈ পৰে।
❤️
।।বাট চাই আছোঁ তোমাৰ কাৰণে।। 🥺❤️
দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ আহি ঘৰ সোমাব।
❤️ ধন্যবাদ ❤️
🇮🇳
.:
.:
.: