জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।
কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।
শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।
মৃত্যৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা "মা" ।
যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।
উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।