মৰিগাঁও Family on Clubhouse

মৰিগাঁও Family Clubhouse
19 Members
Updated: Mar 20, 2024

Description

মৰিগাওঁ হৈছে অসমৰ এখন উল্লেখযোগ্য় জিলা। আগতে এই মৰিগাওঁ জিলাখন নগাওঁ জিলাত অৱস্থিত আছিল। অসম চৰকাৰে ১৯৮৯ চনত ইয়াক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি প্ৰদান কৰি দিয়ে।

মৰিগাওঁ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ বহু বছৰ আগতে এই অঞ্চলত হাজাৰ-হাজাৰ লোকতকৈও অধিক লোক কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্য়ুৰ মুখত পৰিছিল। গোটেই অ়ঞ্চলটো যেন মৰিশালিৰ দৰে হৈ পৰিছিল। কলেৰা ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্য়ু হোৱা বাবে এই জিলাৰ নাম মৰিগাওঁ হয়।

চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে নগাওঁ জিলা অন্তৰ্গত। দক্ষিণে কাৰ্বি আংলং জিলা আৰু মেঘালয় জিলা অন্তৰ্ভুক্ত আৰু পশ্চিম দিশে কামৰূপ জিলা আছে।

মৰিগাওঁ জিলাৰ সদৰ ঠাইঃ মৰিগাওঁৱেই হৈছে এই জিলাৰ সদৰ স্থান ।

মৰিগাওঁ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা হৈছে মৰিগাওঁ।


মৰিগাওঁ জিলাৰ মাটিকালিঃ মৰিগাওঁ জিলাৰ মাটিকালি হৈছে ১,৫৮৭.৬৫ বৰ্গ কিল'মিটাৰ।


মৰিগাওঁ জিলাৰ জনসংখ্যা: মৰিগাওঁ জিলাৰ মুঠ জনসংখ্য়া হৈছে ১,৫৭,৮৫৩ জন ।

মৰিগাওঁ জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।

মৰিগাওঁ জিলাৰ প্ৰধান উপনৈঃ কিলিং, পকৰীয়া, কপিলী, কলং, সোণাইয়েই হৈছে মৰিগাওঁ জিলাৰ প্ৰধান উপনৈ।

Last 30 Records

Day Members Gain % Gain
March 20, 2024 19 0 0.0%
January 30, 2024 19 +1 +5.6%
December 16, 2023 18 0 0.0%
November 06, 2023 18 0 0.0%
October 06, 2023 18 0 0.0%
September 07, 2023 18 0 0.0%
August 09, 2023 18 0 0.0%

Charts

Some Club Members

More Clubs