সৌ দূৰ আকাশলৈ লক্ষ্য কৰিছা?
অলেখ তৰাৰ মাজতো জোনটো জিলিকি থাকে।
ঠিক তেনেকৈ.........
কেতিয়াবা মোৰ হৃদয়ৰ কোণে কোণে
বিচাৰি চাবা  চোন
দিঠক যেন লগা তুমি নামৰ সপোনটিক 
বিশ্বাস কৰা , নিজকে হেৰুৱাই দিবা নিদ্ৰাত বিভোৰ মোৰ নয়ন যুৰিত।
কেতিয়াবা হয়তো প্ৰশ্ন উঠিব , নিদ্ৰাহীন দুচকুত স্বপ্ন হৈ কেনেকৈ সৰিবা 
তেন্তে শুনা , নিয়ৰ সৰা দুৱৰিত 
গৰকি অহা বৰষাৰ টোপাল বোৰক
এবাৰ সুধি চাবা মোৰ ঠিকণাটি
অনুভূতিৰ নিদ্ৰাত দোলা দিয়া 
এটি মিঠা নিদ্ৰা ও নিদ্ৰাহীন স্বপ্নয়ে 
আহি মোৰ দুচকুত ধৰা দিয়ে
𝐏𝐥𝐳 𝖩𝗈𝗂𝗇 𝖳𝗁𝖾 𝖯𝖺𝗀𝖾😘: 
𝖦𝗂𝗏𝖾 𝖱𝗌𝖼𝗍 𝖳𝖺𝗄𝖾 𝖱𝗌𝗉𝖼𝗍🥰: 
😘: 
| Day | Members | Gain | % Gain | 
|---|---|---|---|
| May 30, 2024 | 79 | 0 | 0.0% | 
| March 07, 2024 | 79 | 0 | 0.0% | 
| January 16, 2024 | 79 | 0 | 0.0% | 
| December 03, 2023 | 79 | 0 | 0.0% | 
| October 28, 2023 | 79 | 0 | 0.0% | 
| September 27, 2023 | 79 | 0 | 0.0% |