কেতিয়াবা কাজিয়া, কেতিয়াবা উল্লাস, কেতিয়াবা দুচকুত লোতকৰ সোঁত আৰু কেতিয়াবা কেতিয়াবা এক ছন্দময় হাঁহি। সৰু এটি মুহূৰ্ত....কিঞ্চিত কিঞ্চিত সুখ আৰু এক হিয়া-ভৰা মৰমেৰে হালি-জালি আনন্দ উল্লাসত মত্ত এখনি ৰঙীণ পৃথিৱী। এয়াই হ'ল বন্ধুত্বৰ এনাজৰী।🤝🤝🤝❤️🥰