Gogamukh on Clubhouse

Gogamukh Clubhouse
1.3k Members
Updated: Mar 26, 2024

Description

CLUB OPEN 05/09/2021✊
👇
👇
নমস্কাৰ,
সকলোলৈ মৰম আৰু আশীৰ্বাদ বিচাৰি গোগামুখ ক্লাবলৈ আদৰণি জনাইছোঁ ❤️🙏,
দুদিনিয়া জীৱন, গতিকে সকলোৱে হাঁহি ধেমালি ৰে কিছু মনৰ কথা পাতিম🙂😊
ক্লাবৰ নিয়ম::
* ছোৱালী সকলৰ লগত সন্মান সহকাৰে কথা কব ।
*ক্লাব মেম্বাৰ সকলোৰে লগত সন্মানেৰে কথা কব ।
* ইয়াত কোনো ধৰণৰ বেয়া শব্দ ব্যৱহাৰ নকৰিব ।
* কোনো ভুৱা পৰিচয় লৈ নাহিব
* কোনো ধৰণৰ কাজিয়া সৃষ্টি নকৰিব ।

গোগামুখৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পৰা কিছুমান ঠাই - অসমৰ ভিতৰত তৃতীয় স্থানৰ হনুমান মন্দিৰ, NHPC হায়দ্ৰ প্ৰজেক্ট, ইকো কেম্প, ৰূপহী জলপ্ৰপাত, সোৱণিৰি নদী ইত্যাদি....
আহক সকলোৱে আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক❤️🙏
* মিচিং সকলৰ ৰাজধানী গোগামুখ ....

05/09/21 1st day join member 200

06/09/21 2nd day join member 400

07/09/21 3rd day join member 600

12/09/21 1K ✅🎊🎉
18/09/21 1.1K ✅🎊🎉
21/09/21 1.2K ✅🎊🎉
27/09/21 1.3K ✅🎊🎉
ধন্যবাদ 🙏
* ছোৱালী সকলৰ লগত সন্মান সহকাৰে কথা কব ।🙏:
* ইয়াত কোনো ধৰণৰ বেয়া শব্দ ব্যৱহাৰ নকৰিব ।🙏:
* কোনো ভুৱা পৰিচয় লৈ নাহিব I🙏:

Rules

* ছোৱালী সকলৰ লগত সন্মান সহকাৰে কথা কব ।🙏

* ইয়াত কোনো ধৰণৰ বেয়া শব্দ ব্যৱহাৰ নকৰিব ।🙏

* কোনো ভুৱা পৰিচয় লৈ নাহিব I🙏

Last 30 Records

Day Members Gain % Gain
March 26, 2024 1,340 0 0.0%
February 05, 2024 1,340 +1 +0.1%
December 22, 2023 1,339 0 0.0%
November 10, 2023 1,339 0 0.0%
October 10, 2023 1,339 +2 +0.2%
September 11, 2023 1,337 +4 +0.4%
August 13, 2023 1,333 0 0.0%
July 11, 2023 1,333 -5 -0.4%
June 18, 2023 1,338 -7 -0.6%
March 17, 2023 1,345 +45 +3.5%
February 04, 2023 1,300 -100 -7.2%
April 17, 2022 1,400 +100 +7.7%
March 12, 2022 1,300 -36 -2.7%
November 20, 2021 1,336 -2 -0.2%
November 17, 2021 1,338 -1 -0.1%
November 16, 2021 1,339 -4 -0.3%
November 15, 2021 1,343 -3 -0.3%
November 13, 2021 1,346 -1 -0.1%
November 12, 2021 1,347 -2 -0.2%
November 06, 2021 1,349 -2 -0.2%
November 02, 2021 1,351 +1 +0.1%
November 01, 2021 1,350 +2 +0.2%
October 31, 2021 1,348 +6 +0.5%
October 30, 2021 1,342 +5 +0.4%
October 29, 2021 1,337 +2 +0.2%

Charts

Some Club Members

More Clubs