@@##কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে
| Day | Members | Gain | % Gain |
|---|---|---|---|
| July 14, 2024 | 22 | 0 | 0.0% |
| April 18, 2024 | 22 | 0 | 0.0% |
| February 09, 2024 | 22 | 0 | 0.0% |
| December 26, 2023 | 22 | 0 | 0.0% |
| November 13, 2023 | 22 | 0 | 0.0% |
| October 13, 2023 | 22 | 0 | 0.0% |
| September 13, 2023 | 22 | 0 | 0.0% |
| August 15, 2023 | 22 | 0 | 0.0% |