Assamese Mixture(অসমীয়া) on Clubhouse

Assamese Mixture(অসমীয়া) Clubhouse
1.3k Members
Updated: Mar 16, 2024

Description

এইটো ভদ্ৰ মানুহৰ club হব, সাধাৰণতে এনেকুৱা apps বোৰে আমাৰ অতি মূল্যবান সময় নষ্ট কৰে কিন্তু আমাৰ কামত একো নাহে, যদিও ইয়াৰ পৰা সময় lost হলেও কিবা এটা শিকিব পাৰো entertainmentৰ লগতে দুটি ভাল কথা শিকিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই এই club টো খোলা হৈছে আৰু নামটো এইকাৰনেই Assamese mixture ৰাখিছোঁ ইয়াত সকলো পাব আড্ডা, কবিতা, entertainment, কুইজ, Game,Comedy, Debate, সুস্থ আলোচনা , ডাঙৰ সকলৰ উপদেশমূলক আলোচনা, শিক্ষা স্বাস্থ্য মূলক আলোচনা, Career related আলোচনা, chill masti ও থাকিব but লিমিতত থাকি সকলো, যিহেতু এইটো ভদ্ৰ মানুহৰ club হব, বিভিন্ন দিশৰ বিজ্ঞ বিজ্ঞ লোকক মাজে সময়ে আলোচনাত আনিবলৈ চেষ্টা কৰিম যাতে member সকলে লাভবান হব পাৰে। যেনে~ভাল শিক্ষাবিদ , ডাঃ, কবি, লেখক, mimicry Artist,মুঠতে ভদ্ৰলোকৰ আটাইতকৈ ভাল লগা club হব এইটো কথা দিলোঁ। বেলেগতকৈ অলপ বেলেগ পাব। সকলোৱে সহযোগ কৰি যাব বুলি আশা কৰিলোঁ। আটাইলৈ আদৰণি জনাইছোঁ , join হওঁক আৰু invite কৰি দিয়ক আপোনাৰ লগৰবোৰক। বিশেষকৈ আপোনাৰ followers ত থকা কবি , ছাত্ৰ, শিক্ষাবিদ, comedian, ডাঃ, এনেকুৱা বিভিন্ন দিশৰ প্ৰতিভা থকা লোকক যাতে আমি উপকৃত হব পাৰো। ইয়াত গালি গালাজ, ঠাট্টাসূচক মন্তব্য নচলিব , অন্যথা উলিয়াই দিয়া হব, ধন্যবাদ 🌺🍂♥️💐

Club start date 26/9/2021
Rule 1: এইটো ভদ্ৰ মানুহৰ club গতিকে আমি ভদ্ৰ ভাবে থাকিব লাগিব, slang word use koribo nuware, গালি গালাজ কৰিব নোৱাৰিব, কাকো ঠাট্টা মস্কৰা কৰিব নোৱাৰিব, খেলৰ সময় chill masti time ত কৰা ধেমালি সুকীয়া বিষয়
Rule 2: কোনো জাতি ধৰ্ম ভাষাক লৈ ঠাট্টা সূচক মন্তব্য কৰিব নোৱাৰিব, আৰু ৰাজনৈতিক ভাবে আঁতৰত থাকিব লাগিব
Rule 3: join হৈ লওক club ত আৰু আনকো invite কৰি দিয়ক । নিশ্চয় লাভবান হব । কথা দিলোঁ বেলগতকৈ অলপ বেলেগ পাব, আৰু club ত active থাকিব লাগিব

Rules

Rule 1

এইটো ভদ্ৰ মানুহৰ club গতিকে আমি ভদ্ৰ ভাবে থাকিব লাগিব, slang word use koribo nuware, গালি গালাজ কৰিব নোৱাৰিব, কাকো ঠাট্টা মস্কৰা কৰিব নোৱাৰিব, খেলৰ সময় chill masti time ত কৰা ধেমালি সুকীয়া বিষয়

Rule 2

কোনো জাতি ধৰ্ম ভাষাক লৈ ঠাট্টা সূচক মন্তব্য কৰিব নোৱাৰিব, আৰু ৰাজনৈতিক ভাবে আঁতৰত থাকিব লাগিব

Rule 3

join হৈ লওক club ত আৰু আনকো invite কৰি দিয়ক । নিশ্চয় লাভবান হব । কথা দিলোঁ বেলগতকৈ অলপ বেলেগ পাব, আৰু club ত active থাকিব লাগিব

Last 30 Records

Day Members Gain % Gain
March 16, 2024 1,383 +5 +0.4%
January 26, 2024 1,378 +1 +0.1%
December 12, 2023 1,377 +4 +0.3%
November 03, 2023 1,373 +28 +2.1%
October 04, 2023 1,345 +58 +4.6%
September 04, 2023 1,287 +476 +58.7%
August 06, 2023 811 +4 +0.5%
July 05, 2023 807 +30 +3.9%
April 10, 2023 777 -2 -0.3%
March 14, 2023 779 +16 +2.1%
February 03, 2023 763 +3 +0.4%
January 30, 2023 760 +1 +0.2%
January 26, 2023 759 +1 +0.2%
January 23, 2023 758 +2 +0.3%
January 19, 2023 756 +1 +0.2%
January 04, 2023 755 +2 +0.3%
December 31, 2022 753 +4 +0.6%
December 27, 2022 749 +2 +0.3%
December 23, 2022 747 -3 -0.4%
November 30, 2022 750 +3 +0.5%
November 23, 2022 747 +3 +0.5%
November 17, 2022 744 +4 +0.6%
November 11, 2022 740 +3 +0.5%
November 04, 2022 737 +2 +0.3%
October 29, 2022 735 +5 +0.7%
October 22, 2022 730 +1 +0.2%
October 15, 2022 729 +5 +0.7%
October 03, 2022 724 +5 +0.7%
September 29, 2022 719 -1 -0.2%
September 17, 2022 720 +2 +0.3%

Charts

Some Club Members

More Clubs