LOVE GURU 2.0 on Clubhouse

LOVE GURU 2.0 Clubhouse
2.2k Members
🏹 Entrepreneurship 💰 Near Protocol 🏹 Entrepreneurship Topics
Updated: Feb 22, 2024

Description

তোমাক লগ নোপোৱা হলে প্ৰেমক সংজ্ঞাকৰণ কৰিব নোৱাৰিলোঁহেঁতেন প্ৰেম হিচাপে, পিতৃ ,ভাতৃ বন্ধু সকলক থিয় কৰাব নোৱাৰিলোঁহেঁতেন পুৰুষৰ দীঘলীয়া শাৰীবোৰত।
তোমাক লগ নোপোৱা হলে প্ৰেমৰ মুকুতাবোৰ গুঠিব নোৱাৰিলোঁহেঁতেন বিশ্বাসৰ সূতাডালত , অচিনাকি হাত বোৰত লাগি থাকিল হেঁতেন সন্তাসৰ গোন্ধ,যি হাতবোৰে যিটো সময়ত টানি আজুৰি নিব পাৰে দুচকুৰ সপোনবোৰ । তোমাক লগ নোপোৱা হলে প্ৰশান্তি স্পন্দন বোৰেৰে অভিজ্ঞ নহলহেতেন মোৰ হৃদয় ,অনুভৱৰ নীসংগ কক্ষত বিচৰণ নহলহেঁতেন এই অনামি শিহৰণ ।

1⃣সুখত নহয় ,মই দুখতে সুখী, সুখ বোৰ তেওঁক এই দিয়া ভগৱান , যাক মই নিজতকৈ বেছি ভাল পাওঁ।

2⃣হাজাৰ হাজাৰ like নহয় তোমাৰ এটা love react অতি মূল্যৱান।

3⃣জীৱনত সেই দুজন মানুহক কেতিয়াও নাপাহৰিবা , যি জনে তোমাৰ সুখৰ বাবে নিজৰ সকলো আশা ত্যাগ কৰিলে।

4⃣ দুই, তিনি দিন কাৰোবাৰ কেয়াৰ লোৱাটো হৈছে প্ৰেম, আৰু ওৰেটো জীৱন কেয়াৰ লোৱাটো হৈছে ভাল পোৱা।

5⃣প্রকীততে সেই সকলেহে প্ৰেমৰ কোমল অনুভূতি বোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্রতিদান নিবিচাৰে মাথোঁ ভাল পাব হে জানে।

6⃣তুমি মোক ভাল পোৱা নে নোপোৱা সেইটো বিষয় নহয় , তোমাক মই ভালপাওঁ সেইয়া মোৰ আনন্দ।

🎭𝗗𝗢 𝗝𝗢𝗜𝗡 𝗧𝗛𝗘 𝗖𝗟𝗨𝗕 𝗔𝗡𝗗 𝗜𝗡𝗩𝗜𝗧𝗘 𝗬𝗢𝗨𝗥 𝗙𝗥𝗜𝗘𝗡𝗗𝗦 🙏

🌺𝗧𝗛𝗔𝗡𝗞 𝗬𝗢𝗨 𝗦𝗢 𝗠𝗨𝗖𝗛 𝗔𝗟𝗟 𝗟𝗘𝗔𝗗𝗘𝗥𝗦 𝗔𝗡𝗗 𝗠𝗘𝗠𝗕𝗘𝗥𝗦 𝗙𝗢𝗥 𝗬𝗢𝗨𝗥 𝗦𝗔𝗣𝗣𝗢𝗥𝗧 𝗟𝗢𝗧𝗦 𝗢𝗙 𝗟𝗢𝗩𝗘 𝗚𝗨𝗬'𝗦💓🎀

Some Club Members

More Clubs