꧁মৰম মৰম꧂ on Clubhouse

Updated: Aug 12, 2023
꧁মৰম মৰম꧂ Clubhouse
163 Followers
79 Following
@zbbssjebebs Username

Bio

নীলা চাদৰত সপোনবোৰ কোনে আকিছিল তুমি নে মই।
শৰতৰ প্ৰতিটো ৰাতি কোনে তিতিছিল জোনাকৰ বৰষুণজ জাকত মই নে তুমি।
কোনে সাজিছিল সপোনৰ বুকুত হেপাঁহৰ কাৰেং।
প্ৰতিদিনে তুমিয়েইটো লিখিছিলা
মোৰ নামৰ প্ৰিমৰ কবিতা শুনাইছিলা মোক তুমি
তোমাৰ হৃদয়ত অহৰহে বাছি থকা
প্ৰিমৰ সেই অথ নথকা গানটো।
আছি দেখোন এই সকলোবোৰ
মনৰ মাজত ইতিহাস হল
জীৱন্ত কাহিনী।
তুমি আছি নাই😢😢
মই এতিয়া বিচাৰি ফুৰিছো ইতিহাসৰ ডায়েৰীখনত

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 12, 2023 163 +94 +136.3%

Member of

More Clubhouse users