সুখী হ'বানে তুমি ?
মোৰ যে দিবলৈ একোৱে নাই
কেৱল আছে ভালপোৱা আৰু বহুত মৰম ।
তোমাক নিজৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতি ।
বুকুৰ মাজত তোমাক কেচুৱা এটাৰ দৰে সাৱটি ৰখাৰ হাবিয়াহ
সজতনে আজীৱন জনম জনমলৈ
আলফুলে কতো দুখ নোপোৱাকৈ....।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 29, 2023 | 125 | +74 | +145.1% |