X Arman on Clubhouse

Updated: Aug 9, 2023
X Arman Clubhouse
116 Followers
115 Following
@x.arman Username

Bio

মই মোৰ পৰা বিছিন্ন কৰিব নোৱাৰা ভালপোৱাৰ অনুভৱ... 😌
সুখৰ চিপচিপিয়া বৰষুণত তিতি মই ভাল নাপাওঁ😒
দুখৰ কোবাল বৰষুণজাকে সেমেকাই যোৱা মাটিত
মই সুখৰ ফুল ৰুই দিব 🙂বিচাৰো.........
মই জানো ,মই ‘লিওনাৰ্ডো-দ্যা-ভিন্সি’ কেতিয়াও হ’ব নোৱাৰো😞
মই কিন্তু, মোৰ প্ৰিয় নাৰীক ‘মনালিছা’ বুলিয়ে ভাবো🙃
মোৰ স্বপ্নৰ কেনভাছত ‘মনালিছা’ৰ ছবি অঁকাৰ ব্যৰ্থ প্ৰয়াস......🤭
বহুত কম মানুহে মোৰ কুশল বাৰ্তা লয়
বহুত বেছি মানুহৰ মই কুশল বাৰ্তা লওঁ
মোৰ বাবে প্ৰিয়- অপ্ৰিয় ,আপোন -পৰ বুলি কোনো কথা নাই😎
মোৰ বাবে জীৱন বাটৰ নগন্য ধূলিকণা বুলি একোৱেই নাই.........
মোৰ কলিজাত অসংখ্য আঁচোৰ
এতিয়াও জিলিকে কেচাঁ তেজৰ টোপালবোৰ
সেইবুলিয়েই মই দূৰ্বল নহওঁ🥲
মই আচলতে নৈত সাঁতুৰি ফুৰা সেই চতুৰ মাছ নহ’লো🫠
বৰশীক উপসাহ কৰি টোপ গিলি হাঁহি হাঁহি গুচি যায় যি.....
দুখৰ অৰণ্যানী বাটেৰে খোজকাঢ়ি যাওঁতে🦶
মোক প্ৰেমৰ গোলাপ দেখুওৱাই বিষাদৰ কাঁইটবোৰে হাতবাউলি মাতে🌚
সকলো জানিও মই বাৰে বাৰে গোলাপৰ প্ৰেমত পৰো🌝
মোৰ বুকুখনযে ভালপোৱাৰ অনুভুতিবোৰৰ পৰা কেতিয়াও বিছিন্ন নহ’ল...😺
মোৰ জীৱন শালত বৰ নিৰ্মমভাবে ভালপোৱাক পেৰা হয়😿
মোৰ বুকুৰ সেউজীয়াবোৰ বুটলি লৈ সেউজীয়া হৈ হেৰাই যায় অনেক লোক
অন্তহীন শুন্যতাই গ্ৰাস কৰিব খোজে অপাৰ সম্ভৱনাক...🌞
মই কিন্তু হালধীয়া নহওঁ, মই সেউজীয়া হৈয়ে থাকো😸
প্ৰিয় মানুহ কিছুমানৰ হিয়া উপচাই দিয়া মৰমবোৰ বুকুত ইমান দ কৈ শিপাইছে যে
মই কোনোকালে উঘালি পেলাব নোৱাৰা বটবৃক্ষ হৈ পৰো...🌜
ব্যৰ্থতা,অপ্ৰাপ্তি ,বিষাদ...হৈছে মোৰ জন্মৰ অভিশাপ👽
প্ৰেম হৈছে মোৰ জন্মৰ পাছত মোৰ আইৰ দুওঁঠত বিৰিঙি উঠা ✨
সস্নেহ মাদকতাৰে ভৰা সেই দুমোকোৰা হাঁহি....🤓
সেই হাঁহিৰেই আৰম্ভনি প্ৰেমৰ.., মই মোৰ পৰা বিছিন্ন কৰিব নোৱাৰা ভালপোৱাৰ অনুভৱৰ......💞 Mine-?

Member of

More Clubhouse users