এবাৰ ভিৰৰ মাজৰ পৰা আঁতৰি মোক চোৱাচোন কিমান অকলশৰীয়া মই।ভাবিছাঁ নিশ্চয় বহুত সুখী মই এদিন সময় উলিয়াই ভুলবোৰ ভাগি তোমাৰ সান্নিধ্যত মোক নি চোৱাছোঁন।