★ভালপোৱাৰ আন এটা নাম হৈছে সপোন🌍♥️🌹সপোনৰ আন এটা নাম হৈছে আশা😘💖আশাৰ আন এটা নাম হৈছে অপেক্ষা😘💜 অপেক্ষাৰ আন এটা নাম হৈছে হেৰুৱা😔💔 হেৰুৱাৰ আন এটা নাম হৈছে কষ্ট😔🥹💖
____________________🤍🖤___________________
👨❤️💋👨 সপোন আকৌ ৰচিম😊 কিন্তু কাহিনী অকলে লিখিম ✍️
না কাৰোবাক বিশ্বাস কৰিম 🥲
না ভালপোৱা গঢ়িম 😊
অকলেই আছিলোঁ 🥹
অকলেই থাকিম 🥹
____________________🤍🖤___________________
❦︎ভগ্ন হৃদয়ৰ চিনাকি নাম তুমি...ভাল লাগে তোমাক 😊
ফাগুন অহাৰ দৰেই বাঢ়িব ধৰিছে মোৰ ভালপোৱা 🥰
তোমাৰ প্ৰতি...যেতিয়া শ্যূনতাই তোমাক মনত পেলাই দিছিল যান্ত্ৰণাৰ স্মৃতিবোৰ 🥹কান্দি উঠিব খোজিছিল.. তোমাৰ স্বপ্ন ৰঙিন হৃদয় 😢 তেতিয়াই বুজিব পাৰিছিলোঁ.. তোমাৰ আবেগভৰা মৰমবোৰ❣️ কোৱানা..? কিদৰে ৰঙিন কৰিব পাৰিম তোমাৰ হেৰাই যোৱা বুকুৰ ঠিকনা 😊🌹💜🌺🌻
💏তোমালৈ আজি বৰকৈ মনত পৰিছে ,,,ৰিঙা ৰিঙা স্মৃতি বোৰে বাৰে বাৰে বুকুত ৰোমন্থন কৰিব বিচাৰিছে। বিষাদৰ চিয়াঁহীৰে লিখি থৈ নাযাবা নহলে ভালপোৱাক প্ৰতাৰণা কৰা হ'ব।😢
তুমিতো জানাই তোমাৰ সান্নিধ্য নাপালে যে জীপাল নহব। মোৰ প্ৰতিটো পোৱাৰ কৃত্ৰিমতা। নহ'লে উকা হৈ পৰিব পাৰে মোৰ মৰমবিহীন এখন হৃদয় 😢😔🤞
✰ তোমাৰ প্ৰেমত পৰা আৰু আকাশৰ জোনটোৰ প্ৰেমত পৰা একেটাই কথা। মনৰ ইচ্ছামতে চাব পাৰো কিন্তু আপোন কৰি লব নোৱাৰো।❣️🌻🌺❣️