ভালপোৱাজন সঁচা হ'লে জীৱনটো যুজিবলৈ ভয় নালাগে । হেজাৰটা সমস্যাৰ অন্ততো জীয়াই থকাৰ হেঁপাহ জাগে । মৃত্যুৰ সৈতে যুঁজিবলৈ ভয় ক'ত যদি জীয়াই থকাৰ বাটত ভালপোৱাজন সাৰথি হৈ ৰয় । এক শেষ নোহোৱা ভালপোৱা ~❤️