যদি তুমি সঁচাকৈয়ে মোৰ অবিহনে জীৱনত সুখী....... 🙃 তেনেহ'লে তোমাৰ জীৱনত মই দ্বিতীয়বাৰ সপোন হৈয়ো দেখা নিদিও 🙂💔
প্রথমে যিদৰে অচিনাকি আছিলো তোমাৰ জীৱনত, এতিয়াও অচিনাকি হৈ থাকি যাম 🥲 স্মৃতিবোৰ হৃদয়ৰ নিভাজ কোণত সাঁচি থম 
থাকি যাব এখিনি মিছা সপোনৰ স্মৃতি 🙃
কেতিয়াবা সময় পালে স্মৃতিৰ টোপোলাটো মেলি চাবা নিয়ৰৰ কণা হৈ চকুৰ আগত ভাহি আহি আহিম। এতিয়া যে তুমি অবিহনে ৰাতিবোৰ গভীৰ হ'লে মোৰ স্মৃতিবোৰ আৰু চকুপানীবোৰ সংগী হৈ পৰে🙃💔
SINGLE
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 15, 2023 | 131 | -5 | -3.7% |
October 04, 2022 | 136 | -4 | -2.9% |
August 13, 2022 | 140 | -1 | -0.8% |
July 07, 2022 | 141 | -1 | -0.8% |
May 31, 2022 | 142 | -10 | -6.6% |
April 23, 2022 | 152 | +1 | +0.7% |
January 17, 2022 | 151 | -6 | -3.9% |
December 10, 2021 | 157 | -2 | -1.3% |