Tom _ on Clubhouse

Updated: Jul 26, 2023
Tom _ Clubhouse
12 Followers
23 Following
@tom.andjerry.00 Username

Bio

Bio tu phri ba buli Axa thkel ❤️🥀

Guwahati 👽🌾

Total 36 Id hol😈

× যদি জীৱনত সফল হ'ব পাৰো 🍂 তেতিয়া যাম তোমাক উভতাই আনিব ❤️🥲

× অপেক্ষা কৰিবা 🙂
যাম তোমাৰ ওচৰত তোমাৰ উপযুক্ত হৈ❤️🙂

× সপোন বহুত বাকী আছে 🙂
সেই বাবেই হয়তো জীয়াই আছো❤️🥺

× আছোঁ থাকিম তোমাৰ ওচৰত 🙂
শেষ উশাহ লৈ তোমাৰ হাতত হাত ধৰি 🙂❤️

× হয়তো তোমাৰ উশাহ ৰ লগত বিলীন হৈ যাম 💔🥀
তুমি দুখ পোৱা একো কাম নকৰোঁ🙂❤️

× আনে কি ভাবে মোৰ বিষয় লৈ সেতো নালাগে ❤️🥀
তুমি অবিশ্বাস নকৰিবা 🥺❤️


× তোমাক ভাল পাওঁ 🥀
আনক নহয় সেয়েহে বেলেগ ৰ কথা শুনি তুমি এৰি থৈ নাযাবা❤️


× হাজাৰ জনে হাজাৰতা কথা ক'ব 🙂
তুমি বেলেগৰ কথা শুনি এৰি নিদিবা❤️🥀
কথা তো কাৰ সচা সেতো চাবা ❤️

× ভূল কৰাত কৈ সমা খোজাতো হে ডাঙৰ কথা🥀❤️

× আজি কালি ৰ ছোৱালী বোৰে চুটি চুটি কাপোৰ পিন্ধিলে সে ছোৱালী জনীৰ চভাবক ধৰি কথা নকবা বা তেওঁৰ মাক বা দেউতাক ধৰি একো নকব ❤️🥀

× চূটি চুটি কাপোৰ পিন্ধিলে ছোৱালী জনীক যেনেকে চাই । পাৰিলে আপুনি তেওঁক চকুৰে ৰেপ কৰিব খোজে 😒

× বেয়া কথা এই বোৰ । দোকানত সে ধৰন ৰ কাপোৰ উলিয়া চে সে তো পিন্ধিছে 🙂

× ছোৱালী জনি বেয়া নহয় । আপোনাৰ চুকু আৰু মন বেয়া । সেয়েহে ছোৱালী জনীক তেনেকৈ ভাবিছে🤨

× কবিতা মোৰ প্ৰিয় ❤️🥰

🙏ধন্যবাদ 🙏

Member of

More Clubhouse users