Monmoth Bhuyan on Clubhouse

Updated: Dec 30, 2023
Monmoth Bhuyan Clubhouse
49 Followers
33 Following
@thelostwizard Username

Bio

ফাগুন খুবেই মায়াময় জানা
সোণোৱালী কৰি তোলে মধুময় ক্ষণবোৰ ,
তোমাৰ সীমাহীন উৎকন্ঠাৰ বাতৰিয়ে
জীপাল কৰি তুলিলে মোৰ মৰমবোৰ ।

তলসৰা শেৱালী যেন মোৰ শব্দ ,
স্বপ্নাতুৰ যেন তুমি , ভয়াতুৰ তোমাৰ কন্ঠ ।

মোৰ মনৰ এই শুকান বননি
তুমি নিয়ৰ হৈ ভিজাই তুলিলা ,
তোমাৰ দুচকুত মোৰ প্ৰেমৰ ৰাগি ,
অস্থিৰ হৈও মোৰ মনত
তুমি গোলাপ হৈ ফুলিলা ।🥀

Nazira , Sivasagar♥️
ASSAM (NORTHEAST , INDIA)🇮🇳

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 30, 2023 49 0 0.0%
August 17, 2022 49 -1 -2.0%
July 11, 2022 50 +1 +2.1%
June 04, 2022 49 -6 -11.0%
March 19, 2022 55 -1 -1.8%
January 21, 2022 56 +3 +5.7%
December 14, 2021 53 +1 +2.0%

Charts

Member of

More Clubhouse users