Gargy Kashyap on Clubhouse

Updated: Nov 2, 2023
Gargy Kashyap Clubhouse
201 Followers
146 Following
@sumtra Username

Bio

তুলনাবিহীন তুমি 🌺 শব্দবিহীন মই 🌼

গভীৰতাৰ সংজ্ঞা নীলা বোৰৰ পৰা বুজা🌬️, য'ত নেকি বিলীন হৈ আছে অন্তহীন আকাশ আৰু বিশাল সমুদ্ৰ ৰাশি।🌊 হয়তো,তেতিয়া অচিৰেই বুজি উঠিবা জীৱন নামৰ কিতাপ খনৰ প্ৰতিতো পৃষ্ঠাৰ গভীৰতা বোৰ🌊!সময়ৰ ঘাতত বাৰে বাৰে ঠেকা খোৱা জীৱন নদীৰো বুকুত সুন্দৰৰ চানেকি সজা এই নীলাবোৰ,🌀থমকি যায় সন্ধ্যাৰাগৰ সৈতৈ যেন অপেক্ষা⏳ কৰে নিশাৰ শীতলতাৰ ❄️য'ত বিলীন হৈ এই নীলাবোৰেই আকৌ এবাৰ বুজাই যাব পাৰে গভীৰতা নিভাজ সংজ্ঞা।🖋️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 02, 2023 201 -3 -1.5%
October 21, 2022 204 -5 -2.4%
August 21, 2022 209 +1 +0.5%
July 15, 2022 208 -4 -1.9%
June 08, 2022 212 +2 +1.0%
May 01, 2022 210 +2 +1.0%
March 24, 2022 208 +11 +5.6%
January 25, 2022 197 +8 +4.3%
December 19, 2021 189 -1 -0.6%

Charts

Member of

More Clubhouse users