সৌৰভ on Clubhouse

Updated: Aug 19, 2023
সৌৰভ Clubhouse
698 Followers
593 Following
@srt_msd_kk Username

Bio

LIKE COMMENT SHARE
💗 KK   ❍ MY BIO ⌲ MY AC

গান গাব nokobo

OTP

মোৰ ফালে এবাৰ চকু ফুৰাওক what im



জীৱনটো যদি এপাহ ফুল🌹হয় তেন্তে প্ৰেম সেই ফুলৰ 💘গোন্ধ,
ভালপোৱা যদি এখন নদী হয়
প্ৰেয়সী সেই নদীৰ সুতি,
যদি জীৱনটো বিষাদ হয়
তেন্তে বন্ধুত্ব সেই বিষাদৰ দ্ৰব্য💫🌛



এতিয়া সপোন যেন লগা কথা বোৰ..☺️এদিন দিঠক হ'ব....😌 তুমি তুমি লগা প্ৰতিটো অনুভৱ_💞_এদিন পূৰণ হ'ব…!!!🥳 আহিবা নে এদিন__সঁচাকৈ তুমি❤️




তুমি মোৰ মৌনতাৰ ভাষাবোৰ বুজি নোপোৱা ।
আৰু মই মোৰ মৌনতাক তোমাৰ আগত শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ।


শৰতৰ বোকোচাত
তোমাৰ আগমন
সুগন্ধি বিলোৱা
জঁয়াল নিশা
উপেক্ষা কৰা তুমি
প্ৰভাতীৰ চুম্বন
শুভ্ৰতাৰ সাজত
নিমাতী কন্যা
গলি গলি সৰা
চতুৰ্দশী জোনৰ
তুমিয়ইে প্ৰেমিকা!!






তুমি মোৰ হেডফোনত বাজি থকা এটি সুৰৰ মূৰ্চ্ছনা
আৰু প্ৰেমৰ নাটকত কোনোৱে কৰা আঘাতৰ দৰে উচুপনি এটা,
আৰু জীয়া অথচ আধা মৰা।

Member of

More Clubhouse users