➷°Աȥน°➹ on Clubhouse

Updated: Apr 26, 2024
➷°Աȥน°➹ Clubhouse
3.1k Followers
497 Following
@spacial_someone Username

Bio

🌱Jσɾԋαƚ || Aʂʂαɱ🌱

Nobody can take away your “pain.”💫✨
so don’t let anyone take your “happiness.”✨✌😊

Mine_ @uzu.gg ຖiē 💞🥂😚

Someone special is always on my mind

আহিবা চোন এদিন
আমাৰ ঘৰলৈ!!
চাই যাবাহি অভাবে আবৰি থকা ঘৰখন
তাৰ পিছতো যদি মৰমবোৰ একেই থাকে
তেতিয়া আহিবা....ভাল পাওঁ বুলি ক'বলৈ❤️✨🌱

"Without You"

My tears are flowing for you As my mind wonders and heart beats. My body is nothing without you
And as the wetness of my cheek are beginning to dry And my thoughts weaken and try to forget I feel like nothing without you
The beats within my chest were real, Something that no one will ever steal When there is nothing without you
But as I try to forget you more and more My body grows weaker and begins to wear Mind floats, rises to react
I know I'm nothing without you...❤️✨🦋

🤍🖤“ জেদ আৰু খঙে এটা সম্বন্ধকে নহয় দুজন ব্যক্তিৰ জীৱনৰ সুখ শান্তি শেষ কৰি জীয়াবলৈ লোৱা উশাহখিনিটো প্ৰভাৱ পেলাই ।
জেদ আৰু খঙ যদি ধনাত্মক ক্ষেত্ৰত হয় জীৱনে সফল হোৱাৰ বাটো মুকলি কৰে ৷
কিন্তু সম্বন্ধৰ ক্ষেত্ৰত পৰিণাম প্ৰায়ে ঋণাত্মক হয় ৷
আচলতে বুজাবুজিৰে যি পৰিস্থিতি বা কোনো কথাক সমাধা কৰিব পাৰি আমি কেতিয়াবা সেই সময়খিনিত নিজৰ আৱেগক চম্ভালিব নোৱাৰি জেদত লাগি যাঁও ৷
Ego Problem থকা মানুহে কথাবোৰ বহু পিছত বুজে তেতিয়ালৈ হয়টো তেওঁৰ সন্মুখৰ ব্যক্তিজনৰ মনত তেওঁৰ প্ৰতি থকা সেই বিশেষ আপোনভাৱ হেৰাই থাকে । দুৰ্বলতাবোৰ কমিব লয় ৷
সকলো ভুল আৰু দোষ এজনৰ ওপৰত জাপি দি আনজনে পলাব খোজে কিন্তু সময়ে উপলব্ধি কৰাই অনুশোচনাত দগ্ধ কৰাই ৷
তেতিয়ালৈকে পলম হয় ৷
Sorry ক’লে সকলো ঠিক নহয় ৷
চিন্তাই যেতিয়া হৃদয় গেলাই অশান্তিকৰ দুৰ্গন্ধই সেই একে কথাখিনিকে ক্ৰিয়া কৰি যায় ৷
বাৰে বাৰে সহি থকাটো সহজ নহয় ৷
“ ভালপোৱাবোৰ শেষ হৈ নাযায় কিন্তু নিজৰ লগত থাকে ৷
তেওঁৰ আচৰণে যেতিয়া নিজৰ স্বাভিমানক কষ্ট দিয়ে তেওঁক দিবলৈ মন নোযোৱা হয় সেই ভালপোৱাবোৰ যি তেওঁৰ বাবে তেওঁক লৈ এদিন জাগ্ৰত হৈছিল...”🖤🤍

❤️𝐙𝐢𝐧𝐝𝐚𝐠𝐢 𝐦𝐚𝐢𝐧 𝐡𝐚𝐦𝐞𝐬𝐡𝐚 𝐤𝐡𝐚𝐬 𝐰𝐚𝐥𝐚🦋 @love_wine_23 ❤️🤞

Bҽʂƚ Bɾσƚԋҽɾ💞
@oinidubori
@nieraj.mine143
@monujroky
@6839595
@porihun
Bҽʂƚყ ʝǟǟռ💞:
@karishmita
@thanedar102
Bҽʂƚ Sιʂƚҽɾ💞:
@mainahk
Bҽʂƚ Bɾσƚԋҽɾ💞:
@ankit_gogoii
@dory1234t
@baby345y
Bҽʂƚ Ⴆυԃԃιҽʂ💞:
@pualidh
@dhundk
@xoxoquen
@honeybee0.2
@moromjaan

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
April 26, 2024 3,123 +6 +0.2%
March 17, 2024 3,117 +1 +0.1%
February 07, 2024 3,116 +1 +0.1%
January 20, 2024 3,115 +2 +0.1%

More Clubhouse users