জীয়াই থকা দিন কেইটাত
কাৰোবাক attitude দেখাই
কি লাভ হব
কাৰণ মানুহৰ জীৱন হে
আজি আছো কালি নাই অসমীয়াত এখাৰ কথা আছে
জীৱন কচু পাতৰ পানী দৰে
সেই বাবে আমি জীয়াই থকা
দিনকেইটাত সকলোৰে লগত
হাঁহি ধেমালিৰ মাজৰে মিলি
জীৱনটো সুন্দৰ কৈ উপভোগ
কৰিব লাগে যাতে জীয়াই থকা
দিনবোৰ সুখ সমৃদ্ধিৰ মাজৰে
পাৰ কৰিব লাগে
কাৰণ কেতিয়া কোন সময়ত
কি হৈ যায় কোনো তাৰ সঠিক
বতৰা দিব নোৱাৰে সেই বাবে সদায় হাঁহি থাকা সকলো লগত মিলি জীৱনটো সুন্দৰ কৈ
উপভোগ কৰা তেতিয়া হে
আমাৰ জীৱন টো সুন্দৰ হব
✍🏿প্ৰীতি গগৈ
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
August 19, 2023 | 861 | -19 | -2.2% |
January 31, 2023 | 880 | -36 | -4.0% |
September 30, 2022 | 916 | -26 | -2.8% |
August 09, 2022 | 942 | -12 | -1.3% |
July 03, 2022 | 954 | -46 | -4.6% |
May 27, 2022 | 1,000 | +41 | +4.3% |
April 19, 2022 | 959 | +50 | +5.6% |
March 11, 2022 | 909 | -30 | -3.2% |
January 13, 2022 | 939 | +135 | +16.8% |
December 06, 2021 | 804 | +200 | +33.2% |