Sïkhå Rãjbøñgshï on Clubhouse

Updated: Aug 16, 2023
Sïkhå Rãjbøñgshï Clubhouse
90 Followers
65 Following
@sikha2 Username

Bio

জীৱনেই হ'ল বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া আৰু মহান বস্তু✨❣


  ভালপাইছিলো বতাহ, বৰষুণ আৰু মুক্ত আকাশ,

    তই ভালপাৱ বাবেই!!

    পিছে, আজি তই তই লগা অনুভৱ নাই বতাহত,

  বৰষুণজাকৰ সেই মাদকতাও হেৰালে,

    আৰু আকাশতো কলীয়া ডাৱৰৰ আৱৰণ!

             তই যোৱাৰে পৰা মাত্ৰ হেৰুৱাইছো,

            ক্ৰমশ: উদং হৃদয়, উকা পৃথিৱী🤧😰

অসীম নীলাৰ মাজত নিস্তব্ধতা আৰু কাষত থিয় দি আছে বাৰিষা ৰাতিৰ জোনাক। ধুমুহাত বিধস্ত এটা ৰাতি আৰু তাৰ ভয়ংকৰ আৰ্তনাদ । অকলে অকলে হেৰাই যাও ধুমুহাৰ ছায়াত । ডুবিব ধৰা বেলিটোক  ধৰি ৰখাৰ মিছা প্ৰয়াস ! নিজক চাওঁ বুলি খেপিয়াওঁতে  এন্ধাৰ হ'ল🌚🙂

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 16, 2023 90 -1 -1.1%
October 17, 2022 91 -1 -1.1%
August 19, 2022 92 -1 -1.1%
July 13, 2022 93 +1 +1.1%
June 06, 2022 92 -5 -5.2%
April 29, 2022 97 -2 -2.1%
March 22, 2022 99 -1 -1.0%
January 23, 2022 100 +3 +3.1%
December 16, 2021 97 +8 +9.0%

Charts

Member of

More Clubhouse users