#𝕾𝖍𝖊 𝖎𝖘 𝖒𝖞 𝖋𝖆𝖛𝖔𝖚𝖗𝖎𝖙𝖊 𝖕𝖆𝖎𝖓 🔪 𖠴
# 𝕁𝕦𝕤𝕥 𝕝𝕠𝕧𝕖 𝕥𝕙𝕖 𝕨𝕒𝕪 𝕚𝕥 𝕙𝕦𝕣𝕥𝕤 𓅻
মৰমবোৰ যেন বোৱতী নৈ ,
বাধা নো দিম কেনেকৈ ?
আহিছিলা তুমি এদিন মোৰ মৰুভূমি সদৃশ হৃদয়ত ,
এটি মৰীচিকা হৈ ।
জানো কপালত নাই কিন্তু হৃদয়ত আছা
আৰু সদাই থাকিবা চিৰদিনলৈ ।
আজি তুমি বেলেগৰ কিন্তু বিশ্বাস আছে এদিন তুমি মোৰ #জোন হৈ জোনাক বিলাবা মোৰ তমখা জীৱনলৈ । #_______________________________🖤"