🏇🏻🏇🏻🏇🏻🏇🏻🏇🏻
মনৰে মাজত, লুকাই থকা ।
তমসাবোৰে তোমাকে বিচাৰে,
কেকুৰি পাৰ হৈ , তোমাৰ পদুলিত ,
ৰংৰেই আবিৰ সানে ।
যেন মৰিচিকা , অদৃশ্য আত্মা,
ঘুমটিও নাহে মোৰ,
যেন সপোনৰ কাৰেং , সোনৰেই সোলেং।
ক'ত গ'ল সেই কিৰিলিবোৰ.........?
অনুৰাধা মোৰ , অনুৰাধা মোৰ ,
অনুৰাধা মোৰ , অনুৰাধা মোৰ........।
🕊️🕊️🕊️🕊️🕊️
RADHE SHYAM
SABHIKO MILE
BARSANE KI DHYAM
🙏🙏🙏🙏🙏
🦚🦚🦚🦚🦚