●⃝TONY♡ZG⸙ Xnwl on Clubhouse

Updated: Aug 16, 2023
●⃝TONY♡ZG⸙ Xnwl Clubhouse
44 Followers
44 Following
@riturajxnwl Username

Bio

❤️🕊️

জীৱন
সুখ দুঃখ হাঁহি চকুলো মায়ামৰ জাল

মৰম
বিশ্বাসে বান্ধি ৰখা এডাল এনাজৰী

সপোন
অশেষ অবাস্তবিকতা ৰঙ্গীন পৃষ্ঠা

হেপাহ
বিষাদৰ বোৱাই নিয়া আশা ৰ দলিল

তুমি........
মোৰ ভাল পোৱা ঠিকনা
মোৰ মুখত জিলিকি উঠা এটা মিছিকীয়া হাঁহি
আৰু মই....
তোমাৰ আজৰি পৰত খেলা এটি পুতলা //

Member of

More Clubhouse users