জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু হল বিশ্বাস❤️🥀 যাক বহুত বেছি বিশ্বাস কৰা হয় তেওঁ যদি বিশ্বাস ভাঙি দিয়ে কাকো আৰু বিশ্বাস কৰিবলৈ সাহস নহয়......🌿🥀 নাজানো কিয় আজিকালি মোৰ নীৰৱতা বোৰ ভাল লগা হৈছে। ওঠেৰে বুজাব নোৱাৰা কথাবোৰ নীৰৱতাৰ জৰিয়তে কবলৈ শিকিলো মন যায় নীৰৱ ঠাই এটুকুৰা যত প্ৰকৃতিৰ শীতল বতাহ জাকে মনটোক শান্তি অনুভূতি কৰোৱাই🌿🌿🌿
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
July 26, 2023 | 371 | +90 | +32.1% |
January 13, 2022 | 281 | +95 | +51.1% |
December 06, 2021 | 186 | +139 | +295.8% |