কবিতাপ্ৰেমী ; সাহিত্য অনুৰাগী
Govt. Employee
JNVian ; DibrugarhiaN
SmoKeR GirL , CheerS 🥃
# আশাৰ সাগৰতে হেঁপাহবোৰে ঢৌ খেলে , তুমিবিহীন ক্ষণবোৰো যে' এতিয়া চিৰস্থায়ী । ডেউকা মেলি উৰি গৈছে সময়বোৰ , ৰৈ গল মাথো স্মৃতিবোৰ । 🥺😘
# সপোনৰ প্ৰত্যেকটি খণ্ড প্ৰকাশ হোৱা হ'লে , . . .
বিচৰা সকলোবোৰ মুঠিতে পোৱা হ'লে , . . . .
জীৱন নামৰ পথাৰখনিত সংগ্ৰামে আলি নাবান্ধিলেহেঁতেন ।
বিষাদ অবিহনে আনন্দৰ মূল্যই বা কি ! . . . .
•• চিগাৰেটৰ ধোঁৱাৰ মাজত ডুব গৈ তোমাৰ প্ৰতিচ্ছবি কল্পনা কৰি প্ৰেমৰ কবিতা ৰচিম ।
•• হেঁপাহ আৰু সফলতা দুয়োটাই জীৱনৰ অনিৰ্বায্য মাধ্যম । তুমি হেঁপাহ হৈ গৈছা মোৰ আৰু সাফল্য মই নিজে কঢ়িয়াই ল'ম ।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 21, 2024 | 1,461 | +2 | +0.2% |
May 19, 2024 | 1,459 | +4 | +0.3% |
April 16, 2024 | 1,455 | +6 | +0.5% |
March 12, 2024 | 1,449 | +3 | +0.3% |
February 19, 2024 | 1,446 | -1 | -0.1% |
February 01, 2024 | 1,447 | +2 | +0.2% |
December 30, 2023 | 1,445 | +5 | +0.4% |
December 14, 2023 | 1,440 | +6 | +0.5% |
November 29, 2023 | 1,434 | +6 | +0.5% |
November 15, 2023 | 1,428 | +3 | +0.3% |