Dhruba Chutia on Clubhouse

Updated: Oct 17, 2023
Dhruba Chutia Clubhouse
86 Followers
138 Following
@reedip Username

Bio

লখিমপুৰীয়া
* নিৰৱতা মোৰ প্ৰিয় *
মই এটি সৰাপাত
ৰং বিহীন জীৱনত নীৰৱতা যেন এক প্ৰতিশ্ৰুতি ....

""মই এদিন নোহোৱা হৈ যাম
হাজাৰ ভিৰৰ মাজত,
যিদৰে হেৰাই গলা তুমি""

#বিশ্বাস এখিলা বগা কাগজৰ দৰে#

❤ মোৰ প্ৰথমখন উপন্যাস "Silent killer" প্ৰকাশৰ পথত।

স্পন্দন : মোৰ অনুভৱ
কিছুমান সময় কেৱল স্মৃতি হিচাপে থাকি যায়। যাক অনুভৱ কৰিব পাৰি। হৃদয়ত সজীৱ হয় থাকে আৰু কেতিয়াবা হৃদস্পন্দন জগায় তুলে। ভাল বোৰ হেৰাই যায় ...... ভাল বোৰ হেৰুৱাই দিশহাৰা হোৱা অন্ধ পথিক জনে পোৱা নোপোৱাৰ মাজেৰে জীৱনটো পাৰ কৰে, সময় গতিশীল, মধুৰ সময়ৰ ধৌত উটি ভাহি ফুৰাৰ পাছত যেতিয়া সেই সময় বোৰে নিকৃষ্ট ৰূপ লয়। অঘৰী পথিক জনে অন্য এখন পৃথিৱীলৈ গতি কৰে। সেয়া যান্ত্রিকতাৰ পৰা বহু দুৰত ..... ব্যস্ত চহৰৰ শব্দ বোৰ বেয়া পায়। সপোন নেদেখে সময়বোৰক মনৰ পৰা বিদায় দিয়ে, আহ! সি আজি নিৰুপায় সকলো হেৰালে তাৰ বিষন্ন হৃদয়, মনটো আতৰাই আনিবলৈ বহু ত্যাগ কৰিছে বহু ভঙা হৃদয়ৰ খবৰ সুধিছে কেতিয়াবা নিশ্চুপ হৈ ৰৈছে,
বিশ্বাস, আশ্বাস, মৰম , ক্ষমা নথকা পৃথিৱীখন সি ভাল নাপায়, সি এখন নতুন পৃথিৱীৰ সপোন দেখে যত মানুহ অমানুহ নহয়। মৰমে সন্মান পায় আৰু হৃদয়ে স্বীকৃতি পায়। তাৰ এতিয়া দুখ নালাগে দুখক সি চিৰ বিদায় দিছে।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 17, 2023 86 0 0.0%
October 09, 2022 86 -1 -1.2%
August 15, 2022 87 -2 -2.3%
July 09, 2022 89 +1 +1.2%
June 02, 2022 88 -2 -2.3%
April 25, 2022 90 +1 +1.2%
March 18, 2022 89 +1 +1.2%
January 19, 2022 88 +2 +2.4%
December 13, 2021 86 +3 +3.7%

Charts

Member of

More Clubhouse users