Dibrugarh,
তুমি মোৰ আকাশ হোৱা ,
যাতে তোমাক দেখো প্ৰতিটো ক্ষণত ।
তুমি আহা এজাক বৰষুণ হৈ ,
তোমাৰ স্পৰ্শত তিতিব খোজো মই ।
তুমি হোৱা মোৰ ডায়েৰীৰ পৃষ্ঠা ,
তাতেই লিখিম মোৰ জীৱনৰ তিতা -মিঠা কবিতা ।
নিবিচাৰোঁ whatsapp r dedicated story,
Facebook r ৰ cover pic নাইবা দুহাত ভৰাই অঁকা প্ৰিয়জনৰ tatoo,,
বৰষুণ জাক আহিলে,,,,,, একেলগে তিতিম উলাবা,,,!!!
Road cross কৰা time ত হাত খন ধৰি পৰ কৰিবলৈ জোৰ কৰিবা,,,
আৰু দিনটোৰ শেষত অকণমান সময় উলিয়াবা,,যত থাকিব সুখ- দুখৰ হিয়ভৰা মৰম,
বছ সিমানেই।
𝙀𝙫𝙚𝙧𝙮𝙤𝙣𝙚 𝙞𝙨 𝙖 𝙜𝙖𝙣𝙜𝙨𝙩𝙚𝙧 𝙪𝙣𝙩𝙞𝙡 𝙩𝙝𝙚 𝙧𝙚𝙖𝙡 𝙢𝙤𝙣𝙨𝙩𝙚𝙧 𝙖𝙧𝙧𝙞𝙫𝙚𝙨 💪🔥
#beardo_fitness_freak_💪
গান গায় ভালপাওঁ, কিন্ত গাবলৈ নাজানো 🙏
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 29, 2023 | 160 | -3 | -1.9% |
October 03, 2022 | 163 | -5 | -3.0% |
August 12, 2022 | 168 | -3 | -1.8% |
July 06, 2022 | 171 | -4 | -2.3% |
May 30, 2022 | 175 | -10 | -5.5% |
April 22, 2022 | 185 | +1 | +0.6% |
March 14, 2022 | 184 | -4 | -2.2% |
January 16, 2022 | 188 | +1 | +0.6% |
December 09, 2021 | 187 | +1 | +0.6% |