Anup Kakoti on Clubhouse

Updated: Jun 2, 2024
Anup Kakoti Clubhouse
33 Followers
58 Following
@rajan297 Username

Bio

তুমি কোন?
তুমি কোন মায়াৱী প্ৰেয়সী?
তোমাৰ প্ৰেমত পৰি মই তোমাক বিচাৰি ফুৰিছো প্ৰেম নামৰ এই বিশাল সাগৰখনত💞💞. তোমাৰ সেই নিলা চকুজুৰি দেখিলে আৰু তোমাৰ মৌ মিঠা মাতটো শুনিলে মোৰ হৃদয় নামৰ মন্দিৰৰ টিলিঙা বাজি উঠে.💖💖তুমি বাৰু মোৰ প্ৰেমত পৰিছানে💞চাবা এদিন তুমিও মোৰ সেই প্ৰেম নামৰ স্কুলখনত তুমি নজনাকে নাম লগাবা.💞💞 পাচত তুমিও এদিন কবা মই তোমাৰ প্ৰেমত পৰিলো মই নজনাকে.💓💓 সচাঁকৈ কৈছো এদিন তুমিও চিঞৰি চঞৰি কবা.... মই তোমাৰ প্ৰেমত পৰিছো💖💖💖

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
June 02, 2024 33 +5 +17.9%

Member of

More Clubhouse users