পংকজ বৰ গোহাঁই on Clubhouse

Updated: Mar 28, 2024
পংকজ বৰ গোহাঁই Clubhouse
1.5k Followers
1.7k Following
@rajajagogoi Username

Bio

গান গাবলৈ নাজানোঁ শুনি ভাল পাওঁ তথাপি চেষ্টা কৰো গাবলৈ,
। কবিতা আবৃত্তি কৰিব নাজানোঁ।
লিখিব চেষ্টা কৰো
প্ৰয়োজন শেষ হল বুলিয়েই
মোক পাহৰি নাযাবা
এই দীঘলীয়া জীৱনত '
পুনৰ বাৰ মোক প্ৰয়োজন
হব পাৰে '
আৰু এই মধু মই
জীৱন বাটত হাজাৰ
জনী জীৱন সংগী পাবা
কিন্তু আপুনি তেওঁহে
সংগী হওক যি জনে
হাজাৰ ভিৰ ব্যৱস্থাৰ
মাজতো আপোনাক পাহৰি
নাযায় ? অস্ত্ৰ আঘাতৰ
চিকিৎসা আছে কিন্তু কথা
আঘাতৰ চিকিৎসা নাই ,
ভাল পাব লাগে সচা ভাল
পোৱা নামত কাকো বন্দী-
কৰি নাৰাখিবা , যদি তুমি সচাকৈ
মোৰ আপোন হোৱা জীয়াই
থকা জীৱনত কি দিওঁ নিদিওঁ নাজানোঁ কিন্তু
তোমাৰ দুচকুত কেতিয়াও
চকু পানী ওলাবলৈ নিদিওঁ ।


।। বন্ধুত্ব ।।
বন্ধুত্ব গঢ়ি টোলা ইমান সহজ নহয়, টাতোকৈ কঠিন জীয়াই ৰখা ' বন্ধুত্ব সীমা ৰেখা সদায় পোন আৰু নিভাঁজ বন্ধুক সদায় কাষত বঢ়াই নিচুক হৈ শান্তিৰে কথা পাতে ' পলে পলে অনুভৱ কেৱল নি শব্দ ভাষা হয়ল ৰুমানচ আৰু অনাদিনৰ মৰম বিচিত্ৰ হ্নিদয়ৰ গোপন বেদনা তেজৰ নহলেও সহজে আপোন হৈ পৰা হ্নিদয়ৰ এক মধুৰ সমন্ধ প্ৰকৃত বন্ধু ।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 28, 2024 1,594 +17 +1.1%
March 10, 2024 1,577 +16 +1.1%
February 18, 2024 1,561 +17 +1.2%
January 31, 2024 1,544 +20 +1.4%
January 14, 2024 1,524 +25 +1.7%
December 29, 2023 1,499 +26 +1.8%
December 13, 2023 1,473 +24 +1.7%
November 28, 2023 1,449 +33 +2.4%
November 14, 2023 1,416 +16 +1.2%
November 05, 2023 1,400 +2 +0.2%

Charts

More Clubhouse users