DiPaNkaR ChANgkaKOtY on Clubhouse

Updated: Sep 18, 2023
DiPaNkaR ChANgkaKOtY Clubhouse
230 Followers
270 Following
@ragdip Username

Bio

প্ৰেম নামৰ সম্পৰ্কৰ চোলা এটা পিন্ধি ল'লেই কোনো প্ৰেমিক প্ৰেমিকা হৈ নাযায় !!!👫👫
প্ৰেম হৈছে চিৰকাল আৱৰি থকা এটি শব্দ!💗💗
এটা চুক্তিবিহীন প্ৰতিশ্ৰুতিহীন নিস্বাৰ্থ আজম্ম সেউজীয়া প্ৰেমৰ সংজ্ঞা সকলোৰে বাবে বেলেগ যদিও হৃদয়ৰ অৰণ্য খন চিৰসেউজ কৰি যৌৱনকালৰ পৰা বয়সে আঁচুৰি যোৱাৰ সময়লৈকে(শেষ উশাহলৈকে সুখে দুখে প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজত হাতত হাত ধৰি) বুকুত বহন কৰি যোৱাটোৱেই প্ৰেম!!!!,💏💏
🖤🖤🖤🖤

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 18, 2023 230 +41 +21.7%

Member of

More Clubhouse users