Bhaskar_Dhruv on Clubhouse

Updated: Aug 7, 2023
Bhaskar_Dhruv Clubhouse
112 Followers
247 Following
@r_a_a_v_a_n_n Username

Bio

❤️ বস্ত্ৰনগৰী শুৱালকুছি (Manchester of the East)❤️

❤️প্ৰথম কান্দিছিলো - 18th November❤️

মই ভাগৰা নাই, জীৱন হেৰোৱা নাই...❤️

" Defeat the defeat before defeat defeats you. "👍🏼

Real Eyes
Realize
Real Lies...🔥

❤️❤️❤️
হৃদয়ৰ পুস্তকালয়ত
তোমাৰ নামৰো এখনি
হালধীয়া গ্ৰন্থ আছে,
সময় হ'লে এভুমুকি মাৰিবাচোন
প্ৰতিটো পৃষ্ঠাত তোমাৰেই
এহেজাৰ এটা অভিমান আছে।

মন গ'লে আহি লৈ যাবা
আধৰুৱা হৈ ৰোৱা সেই
শেষৰ উকা পৃষ্ঠাটি,
মোৰ তেজেৰে ৰাঙলী কৰি লিখিবা
তোমাৰ মনে সজা
মই কৰা প্ৰতাৰণাৰ কাহিনী।

❤️❤️❤️
তুমিহীনতাৰ বেজাৰত
আজিও ক'লা‌ দাৱৰে
গৰজি উঠে মোৰ মন-আকাশত।
কি বুজিবা‌ তুমি….??
আজিও তোমাক পোৱাৰ
হেঁপাহৰ দলিচাখন
আলফুলে সজাই ৰাখিছো‌ মনৰ মাজত।

নীল আকাশত যেতিয়া
সাতোৰঙী ৰামধেনু উঠে উজলি,
মোৰ‌ মনৰ দাপোনতো
তোমাৰেই প্ৰতিচ্ছবি আহে ভাহি।
নুবুজিবা তুমি...!!!
জিলমিল তৰাবোৰে যেতিয়া
ৰাতিৰ আকাশত হেঁপাহেৰে নাচে,
তোমাৰ সতে পাৰ কৰা স্মৃতিবোৰে
নতুনকৈ জিপাল হৈ উঠে।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 07, 2023 112 -11 -9.0%

Member of

More Clubhouse users