MAINA✓ . on Clubhouse

Updated: Mar 28, 2024
MAINA✓ . Clubhouse
3.5k Followers
880 Following
@puwali0 Username

Bio

╱◥██████◣ 📡
│∩│🖼️▤│▤▤│
▓▆▇█▓∩▓█▇
গুৱাহাটী
🇮🇳
বাস্তৱ বৰ কঠিন‌.....
তথাপি মানি ল'ব লগা হয়।🙂
জীৱনটো বহুত
জটিল..... তথাপিও জীয়াই
থাকিব লগা হয়......

হৃদয় যোৰা আৱেগ, এৰিব নোৱাৰা কিছুমান ভাল লগা মাদকতা আৰু পাহৰিব নোৱাৰা স্মৃতিবোৰৰ উচুপনী...আৰু যে কত কিমান জীয়া কাহিনীৰ গাঁথা✨🤍
এনেকৈয়ে চলি আছে জীৱন, আৰু চলি যাব আগলৈও..!🕊️

পোৱা-নোপোৱাৰ দোমোজাত সেমেকি উঠা চকুলো আৰু পাইও হেৰুওৱা বিশেষ কিছুমান বস্তুয়ে কৰবাত নহয় কৰবাত আজিও সাঁথৰ হৈয়ে নিলগত স্তব্ধ হৈ পৰে.....✨🙂

এইয়াই বাস্তৱ, কঠিন বাস্তৱ🍂
আচলতে কল্পনাৰ পৃথিৱীখনেই ধুনীয়া....🌻যত একো হেৰুওৱাৰ ভয় নাথাকে, যত চকুলোঁ নাথাকে,যত বিষাদ নাথাকে থাকে কেৱল মিঠা মিঠা অনুভৱ আৰু কাৰোবাৰ বাবে অজুত ভালপোৱা।🥀


আউসীৰ জোন মোৰ 💞

00:48 ━━━━⬤─────── 02:53
⇆ ||◁ㅤ ❚❚ㅤ ▷||ㅤ ↻

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 28, 2024 3,595 +24 +0.7%
March 10, 2024 3,571 +27 +0.8%
February 17, 2024 3,544 +12 +0.4%
January 31, 2024 3,532 +21 +0.6%
January 14, 2024 3,511 +60 +1.8%
December 29, 2023 3,451 +14 +0.5%
December 13, 2023 3,437 +23 +0.7%
November 28, 2023 3,414 +47 +1.4%
November 14, 2023 3,367 +19 +0.6%
November 05, 2023 3,348 -2 -0.1%

Charts

Member of

More Clubhouse users