গোলাপ ফুলক হয়তো সকলেই পছন্দ কৰে ৷ কিন্তু খুব কম মানুহেই সেই গোলাপ গছটিৰ সেউজীয়া পাতবোৰক বেলেগকৈ পছন্দ নকৰে অথচ সেই সেউজীয়া পাতবোৰৰ বাবেই কিন্তু গোলাপ ফুলটোক ইমান ধুনীয়া দেখুৱাই ৷ কল্পনা কৰি চাওঁচোন আহক এডাল গোলাপ ফুলৰ গছ, য’ত এটিও পাত নাই, কন্টকৰ মাজত কেৱল মাত্র কেইটামান গোলাপ ফুল ফুলি আছে ৷ সেই সেউজীয়া পাতবিহীন গোলাপ ফুলবোৰক ভাল লাগিব জানো ? 
সাৰমর্ম - কেৱল ধুনীয়া বুলিলেই কাৰোবাক ভাল পাব নালাগে ৷ তেওঁকেই ভালপাব লাগে যিয়ে আমাৰ জীৱনটোকো ধুনীয়া কৰি তোলে ৷ 
আহক ভালপাই যাওঁ আমি আমাৰ প্রিয় মানুহবোৰক ৷ ভালপোৱাৰে ভৰাই দিওঁ তেওঁলোকৰ জীৱন ৷ জয়তু প্রেম, জয়তু ভালপোৱা ৷❤️ 
🇦🇶
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain | 
|---|---|---|---|
| August 14, 2023 | 175 | +106 | +153.7% | 
| October 03, 2022 | 69 | +49 | +245.1% | 
| July 06, 2022 | 20 | +1 | +5.3% | 
| April 22, 2022 | 19 | +2 | +11.8% | 
| March 14, 2022 | 17 | +2 | +13.4% |