Priyom on Clubhouse

Updated: Dec 7, 2023
Priyom Clubhouse
946 Followers
632 Following
@priyom.love Username

Bio

❥ ꪑꪊకỉᨶ 🦋🦋...
❥ ᩏꪮꫀꪑ ᭙ꪹỉᡶỉ᭢ᦋ 🦋🦋..

😎 Born with Attitude😊
🎵 Mu$!¢ |ovër 🎼
😎 LoVe Is EaSy bUt QuEen iS BuZy.

╔══╗
║██║
║(O)║♫ ♪ ♫ ♪
╚══╝
▄ █ ▄ █ ▄ ▄ █ ▄ █ ▄ █
Min- - - - - - - - - - - -●Max

...Music is my everything...

︵ 😘 ︵
( ╲ / /
╲ ╲/ /
╲ ╲ /
╭ ͡ ╲ ╲
╭ ͡ ╲ ╲ ノ
╭ ͡ ╲ ╲ ╱
╲ ╲ ╱
╲ ╱

নকওঁ কিবা এটা কম বুলি ভাৱিছিলোঁ,
নোসোধো কেনে আছা,
যি হয় হ'ব,
নালাগে তুমি ওচৰত আহিব,
নকওঁ কিবা এটা কম বুলি ভাৱিছিলোঁ ।
মনত এদিন হয়তো পৰিব,
নাই নপৰিলেও কোনো কথা নাই,
এই দুনীয়াত দুদিনৰ আলহী,
জীৱনত সকলো বস্তু নাপালেও কথা নাই,

কিন্তু
যি সপোনৰ ভগ্নাৱশেষ আজিও জীৱিত
সেই সপোনে মোৰ প্ৰেৰণা।
সপোনবোৰ আছে কাৰণেই
মোৰ মুখত হাঁহি আছে,
সপোনবোৰ আছে বাবেই
জীৱনেও গতি লাভ কৰিছে,

জীয়াই থকাৰ আনন্দ কেতিয়াবা
কিছুমান সুখ হেৰুৱাই লাভ কৰিছোঁ,
কেতিয়াবা আকৌ পাহৰি যোৱা মানুহবোৰ
বহু বছৰ পিছত ঘূৰি আহে আৰু সোধে
তুমি কেনে আছা !!,
মই কওঁ
মই ভালে কিন্তু মোলৈ মনত কেনেকৈ পৰিল ??
তাই ক'লে
মই পুৰণি বন্ধুজনক হেৰুৱাব নোখোজো,
আজিকালি নতুন বন্ধু বনাব নোৱাৰো,
কিন্তু তাই যিমান ৰহস্যময়ী
তাইক বিশ্বাস কেনেকৈ কৰো ।

যিয়েই নহওক
মোৰ জীৱন এখন খোলা কিতাপ,
মই ৰহস্যৰ আৱৰত থাকিব নাজানিলোঁ। 🇮🇳

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 07, 2023 946 -54 -5.4%
May 29, 2022 1,000 -100 -9.1%
May 09, 2022 1,100 +100 +10.0%
March 20, 2022 1,000 +137 +15.9%
January 22, 2022 863 +43 +5.3%
December 15, 2021 820 -24 -2.9%

Charts

Member of

More Clubhouse users