নাম:- সপোনৰ ল'ৰা মই, দিথকত যেন নিবিচাৰোঁ দিব ধৰা। আজি মৌ-সনা মাত নহয়, নহয় সুললীত কণ্ঠ ।পৰিচয় দিবলৈ মনে কিয় পাই কষ্ট ,সেই বাবে আপুনি মোক কব পাৰিব জানো অভদ্ৰ। ঘৰ মোৰ শিৱসাগৰত সকলোৰে পৰিচিত, মাক-দেউতাকৰ মৰমৰ পৰা নহয় বঞ্চিত। কৰ্মক্ষেত্ৰত আগ্ৰহী হ'লেও নকৰোঁ চাকৰি, পিতাৰ হাতৰ কেকুৰা নাঙলৰ মুঠিটো টানকৈ ধৰিম খামুচি। নালাগে আই তোমাৰ বৃদ্ধকালৰ লাখুটি ডাল ময়েই হ'বৰ চেষ্টা কৰিম। চেষ্টা কৰিম এই সপোন বোৰ দিথকত প্ৰতিফলিত কৰিবলৈ। পুৰণ হ'লেও আকৌ দেখিম জীৱনৰ সেই মিঠা অৰ্ধ স্বপ্ন...….. সপোন 🙏