Miss Pori Devi on Clubhouse

Updated: Jan 5, 2024
Miss Pori Devi Clubhouse
418 Followers
191 Following
@poridevi123 Username

Bio

* A true relationship is like a good book, no matter how old it is, yet words do not change. *

APDCL...my work my life ❤️

জীৱনৰ এটি গভীৰ সত্য হল 'শূন্যতা' |সকলোৱে পৃথিবীত জনম লৈ শূন্যতাৰ সৈতে |কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই শূন্যতা ভৰি পৰে কিছুমান মৰিচিকা সদৃশ আশাৰে , যাৰ পিছে পিছে আমি গোটেই জীৱন দৌৰি ফুৰো | কিন্তু সেই আশা কেতিয়াও বাস্তবত পৰিণত নহয় |আৰু অবশেষত আমি ভাগৰি পৰো |বাৰিষা প্ৰচণ্ড ৰূপ ধৰি থকা নৈখনো খৰালি শান্ত হৈ পৰে| তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি কেতিয়াবা ইমানেই ক্লান্ত হৈ পৰোঁ যে সকলো অৰ্থহীন যেন বোধ হয় |

এটি কণমানি ঘৰ, এটি দুটি কৰি কেইটিমান জোনাকি সপোন, আৰো বিছাৰো তোমাৰ উঠৰ এমুঠি হাঁহি... নাজানো তুমি এতিয়া ক'ত, কি তোমাৰ নাম ??? দুচকুৰ চিনাকি নাথাকিলেওঁ তুমি যে মোৰ একেবাৰেই আপোন ।। ভাল পাওঁ তোমাক নিকা হৃদয়েৰে, অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ, নিচেই কাষলৈ.. এচমকা জোনাকহৈ ।

তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেন তুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!

নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন

ভঙা হৃদয়ৰ উচুপনিধুলিময় পথৰ ওপৰত,সৌৱা কি দেখিছো মোৰ হৃদয়খনচোনভাঙি টুকুৰা-টুকুৰ হৈ পৰি আছে!অগণন মানুহ অহা যোৱা কৰিলে বহু মানুহে ৰৈ চালে;কিছু মানুহে তেজেৰে লিপ্ত হৃদয়খন চাই ,"ইচ-আচ" কৰিলে!ক'তা নেদেখিলো,লগ ও নাপালোএজনক ও: মোৰ হৃদয়খনৰ সৈতে ;অলপ সময়ৰ সোঁত বোৱাই দিবলৈ ,বিশ্বাস আৰু মৰমৰ বান্ধোনেৰে, হৃদয়খন জোৰ লগাবলৈ!

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
January 05, 2024 418 -8 -1.9%
October 10, 2022 426 -10 -2.3%
August 15, 2022 436 -5 -1.2%
July 09, 2022 441 -2 -0.5%
June 02, 2022 443 -17 -3.7%
April 26, 2022 460 -6 -1.3%
March 18, 2022 466 -6 -1.3%
January 20, 2022 472 -1 -0.3%
December 13, 2021 473 -5 -1.1%

Charts

Member of

More Clubhouse users