Dolly on Clubhouse

Updated: Nov 8, 2023
Dolly Clubhouse
252 Followers
197 Following
@popipator Username

Bio

ক্লাবত থকা সকলো লৰা মোৰ দাদা আৰু সকলো ছোৱালী মোৰ বাইদেউ ❤️🥰💞😘






𝙩𝙖𝙜 𝙮𝙤𝙪 𝙢𝙮 𝙗𝙚𝙨𝙩 𝙛𝙧𝙞𝙚𝙣𝙙❤️🥰💞😘🌏

মা মোৰ জীৱন ❤️
দেউতা মোৰ সাৰথি ❤️
মৰমৰ ভাল পোৱা
মোৰ যৌৱন

শিৱসাগৰ ছোৱালী ❤️

জন্ম:18/2/2003❤️🥰


তুমি অবিহনে মই অকলশৰীয়া ❤️

কাকো বেয়া কৈ কবও
নাজানো আৰু শুনিবও
নিবিচাৰোঁ ❤️


বিশ্বাস .....….

সেয়াই বিশ্বাস
যাৰ আধাৰত দৃঢ় হয় সম্পৰ্কৰ ভেটি ,
সহজ হৈ পৰে
অসহজ কথাবোৰ ,
চকুত চকু থৈ
পঢ়ি চাব পাৰি অলিপিবদ্ধ সেই কথা
যি কথা ওঁঠৰ ফাঁকেৰে
পৰিব বুলিও নপৰিল সৰি ,
সেয়াই বিশ্বাস......
আপোনাৰ নিজাকৈ এখন দাপোন নাই ,
নাই এটুকুৰা মাটি ,
এখন আকাশ ।
কি হ'ল তাতে ?
তেওঁতো আছে
প্ৰতিফলিত হ'বলে
আছে মৰম নামৰ এখন হৃদয়
আপোনাৰ নামত লিখি দিবলে ,
সেয়াই বিশ্বাস .......
বিশ্বাসবোৰ তেনেকুৱাই
কোনো নিয়ম নামানে
কোনো চুক্তি নকৰে
কোনো নিৰ্দিষ্ট পথেৰে কাকো যাবলৈ বাধ্য নকৰে
অথচ পৰম প্ৰত্যয়েৰে এই বিশ্বাস নামৰ পোছাকযোৰৰ বাবেই
কব পাৰি
মই তোমাক ভাল পাওঁ
বহুত ভাল পাওঁ ...........!!!!

Member of

More Clubhouse users