“নুশুধিবা প্ৰেম মানে কি???
প্ৰতাৰণা বুলি জানিও ৰাতিটোৰ ভিতৰতে প্ৰেমৰ বাবে শিলৰ খটখটি সজা নৰকাসুৰৰ দেশ প্ৰাগজ্যোতিষপুৰৰ প্ৰজা আমি....
প্ৰেমৰ বাবে যি ভুমিত হৰি-হৰৰ মাজত ৰণহৈ শোণিতৰ নদী বৈ যায়... সেই বাণ, উষাৰ ৰাজ্যৰ নাগৰিক আমি....
মৃত স্বামীৰ দেহ কলৰ ভুৰত তুলি মৃত্যুৰ বিৰুদ্ধে প্ৰেমৰ গীত গোৱা বেউলাৰ ভুমিৰ ডেকা-গাভৰু আমি.....
পত্নী ৰতিৰ তপস্যাত স্বামী কাম দেৱে নিজৰ ৰূপ উভতাই পোৱা কামৰূপৰ মানুহ আমি.....”
🙂😌❤️
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
July 25, 2023 | 137 | +16 | +13.3% |
October 02, 2022 | 121 | -2 | -1.7% |
August 11, 2022 | 123 | +3 | +2.5% |
July 05, 2022 | 120 | -6 | -4.8% |
May 29, 2022 | 126 | -2 | -1.6% |
March 13, 2022 | 128 | +2 | +1.6% |
January 15, 2022 | 126 | +10 | +8.7% |
December 08, 2021 | 116 | +28 | +31.9% |