ƤƛƦíMíƘƛ ƊƲƬƬƛ ŞƛíƘíƛ on Clubhouse

Updated: Mar 20, 2024
ƤƛƦíMíƘƛ ƊƲƬƬƛ ŞƛíƘíƛ Clubhouse
1.1k Followers
1k Following
@parimika84 Username

Bio

প্ৰেম

প্ৰেম,
এখন বোৱতী নৈ,
হৃদয়ৰ পৰা হৃদয়লৈ।
প্ৰেম,
আকাশে - ডাৱৰে নুবুজা কবিতা,
বতাহে - বতাহে দিয়া মৰমৰ বতৰা।
প্ৰেম,
অন্তৰৰ নিভাঁজ কবিতা,
বয়সত ভাগৰি নপৰা।
প্ৰেম,
জোনাকে - আন্ধাৰে বুটা বছা,
মায়ালগা সপোনৰ এটি ঠিকনা।
প্ৰেম,
কল্পনাৰ সাগৰৰ গভীৰতাত ডুবি,
পাৰ হোৱা উজাগৰী ৰাতি।
প্ৰেম,
সপোনে দিঠকে খেদি ফুৰা,
হাজাৰ ৰঙীণ আকাশী তৰা।
প্ৰেম,
টোপাল - টোপাল বৰষুণৰ কণিকা,
তিতি - তিতি আমনি নলগা।

প্ৰেমৰ
এনে এজাক বৰষুণত তিতি বুৰি,
মই আৰু আপুনি,
জোনাকৰ এটি গধূলি।
দুয়োৰে ওঁঠত ওলমি,
সুখৰ একাঁজলি হাঁহি।
প্ৰেমে মাথোঁ যায়
প্ৰেমৰ ঠিকনা বিচাৰি

অনামিকা ডেকা

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 20, 2024 1,128 +2 +0.2%
March 02, 2024 1,126 +2 +0.2%
February 09, 2024 1,124 +5 +0.5%
January 23, 2024 1,119 +3 +0.3%
January 06, 2024 1,116 +1 +0.1%
December 21, 2023 1,115 +1 +0.1%
December 06, 2023 1,114 +2 +0.2%
November 22, 2023 1,112 +2 +0.2%
November 10, 2023 1,110 +1 +0.1%
October 31, 2023 1,109 +9 +0.9%

Charts

Member of

More Clubhouse users