σιηιтσм . on Clubhouse

Updated: Feb 9, 2024
σιηιтσм . Clubhouse
2.3k Followers
1.7k Following
@oinidubori Username

Bio

❤️🇦 🇩 🇲 🇮 🇳❥︎𝐎᭙ꪀꫀ𝘳 𝐎𝔣𝔣

🦋 💫🌼💞 চিফুং 💞🌼 💫🦋

🖤কঁছ, কঁছ,কঁছ,কঁছ 🤪
☀ কাৰো আপোন হ'ব নোৱাৰিলো
☂ ,💔
ℳ𝒾𝓈𝒾𝓃ℊ 𝒮ℴ𝓃ℊ 𝒾𝓈 𝒶 2𝓃𝒹 ℒ𝒶𝓃ℊ𝓊ℊℯ2 ℳ𝓎 ℋℯ𝓇𝓉❤
❤乂✰*⁴𝒜 pril ℳy ℬirth𝒟ay*☂️🎂🎉🎁
ℳ𝒾𝓃ℯ :-ℳ𝒶𝒶❤️🌼😘 😘
ℐ ℒ ❤ ℳ𝒾𝓈𝒾𝓃ℊ❤ℒ𝒶𝓃ℊ𝓊𝒶ℊℯ

ভনী ** @dehamanu_ @dhundk
আতৈ ** @eepraj

*ব্ৰহ্মা আদি কৰি* 
═════════════════
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম। ৰাম ৰাম।
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||

সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||

হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||

🌹ভগৱানক বৰ মাগিলোঁ। বৰত মই মোৰ মৃত্যুক খুজিলোঁ ।
ভগৱানে ক'লে, '' মৃত্যুটো তোমাক দি দিম, কিন্তু তেওঁক কি কম ! যিয়ে প্ৰাৰ্থনাত তোমাৰ জীৱন বিচাৰিছে... ? ''🙂
🌹🌷প্ৰেম কাৰোবাৰ কাৰণে হয়তো জীৱন আৰু কাৰোবাৰ বাবে বিষাদ।💔💔🌷🌷
🅵🅾🅻🅻🅾🆆 🅼🅴 🅸 🆆🅸🅻🅻 🅵🅾🅻🅻🅾🆆 🆈🅾🆄 🅱🅰🅲🅺 2⃣4⃣🅷🅾🆄🆁🆂 🙏❤️

দাদা মাতিবি ব্লক খাবি কেলা😡








❣уσυ❣❣мє❣
















o

v


⭕═════════════════⭕

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
February 09, 2024 2,314 +8 +0.4%
January 23, 2024 2,306 +1 +0.1%
January 06, 2024 2,305 +21 +1.0%
December 21, 2023 2,284 +3 +0.2%
December 06, 2023 2,281 +3 +0.2%
November 22, 2023 2,278 +9 +0.4%
November 10, 2023 2,269 +5 +0.3%
October 31, 2023 2,264 +6 +0.3%
October 14, 2023 2,258 -2 -0.1%
October 06, 2023 2,260 -5 -0.3%

Charts

More Clubhouse users