☞⃟Bârmãñ ✮⃝ pûwâlî on Clubhouse

Updated: Sep 12, 2023
☞⃟Bârmãñ ✮⃝ pûwâlî Clubhouse
342 Followers
340 Following
@nuu.puwali12 Username

Bio

❤️Music ❤️😘


❤️‍🩹sis❤️‍🩹
= @puwali789

😘best friend❤️‍🩹
= @goutam1
❤️ brother 💝
= @ritu.puwali
আমি হাসতে ভালোবাসি ☺️
কারণ হাসিটাই তো দুঃখ লুকানোর একমাত্র ওষুধ ☺️😀🙃

🥰🌍💝🥀

কেতিয়াবা যদি প্ৰয়োজন অনুভব
কৰা উভতি আহিবা...
মোক তাতেই পাবা য'ত
তুমি মোক এৰি গৈছিলা


🙂আজি লৈ বুজি নাপালোঁ জানা তুমি নো মোৰ হয় কোন? আমাৰ সম্পৰ্কটো নো কি? নহয়তো প্ৰেমৰ সম্পৰ্ক, নহয়তো ভ্ৰাতৃৰ সম্পৰ্ক!! নাইচোণ আমাৰ মাজত কোনো বন্ধুত্ব... আছে মাথোঁ হৃদয়ত একাজলি মৰম।

হেৰাই যাওঁ বুলিয়েই মানুহ
হেৰাই যাব পাৰে নে....
আঁতৰি যাওঁ বুলিয়েই
মানুহ চিৰদিনৰ বাবে আঁতৰি যাব পাৰে নে....
জীৱনত মুখামুখি নহওঁ বুলিয়েই
নিজৰ ৰাস্তাই সলাই লব পাৰি নে....

আমি দেখোন আঁতৰি যাওঁ বুলিও যাব নোৱাৰো...
কিবা টান এটাই কাষতে বিচাৰি থাকে.....

কিছুমান সপোনক মই সপোন হৈয়ে থাকিব দিওঁ......

মিছাতে তাৰ বাস্তৱ ৰূপ বিছাৰি সপোনবোৰক কবৰ নিদিওঁ....


# সুখ বিচৰা সমান আৰু কষ্ট নাই#
♡♡♡♡♡♡♡♡♡♡♡♡♡♡♡
♡┏┓┈╭━━╮┓┏┓━━┓♡
♡┃┃┉┃╭╮┃┃┃┃┏━┛♡
♡┃┃┈┃┃┃┃┃┃┃┗━┓♡
♡┃┃┉┃┃┃┃┃┃┃┏━┛♡
♡┃┗━┓╰╯┃╰╯┃┗━┓♡
♡┗━━┛━━╯━━╯━━┛♡
♡♡♡♡♡♡♡♡♡♡♡♡♡♡♡


╔══╗....<3
╚╗╔╝..('\../')
╔╝╚╗..( •.• )
╚══╝..(,,)(,,)
╔╗╔═╦╦╦═╗ ╔╗╔╗
║╚╣║║║║╩╣ ║╚╝║
╚═╩═╩═╩═╝ ╚══╝

😔এসময়ত মই বহুতৰে প্ৰিয় আছিলো
কিন্তু প্ৰয়োজনৰ শেষত মই বহুতৰে অপ্ৰিয়।😔

সফল হবলৈ কান্ধত হাত খন থৈ সাহস দিয়া এজন আপোন মানুহৰ প্রয়োজন 🥰কোনোবোৰ খং আৰু কোনোবোৰ অভিমান তাক বুজি পোৱা এজনৰ প্রয়োজন❤❣️🥀🌸🍁🍂🍁

হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব….,,,হাঁহি থাকক 😃❤️😞🥺

_____◌⑅⃝●●⑅⃝◌যেতিয়া তুমি মোৰ অবিহনে জীয়াই থাকিব লাগিব অকলশৰে, তেতিয়া হয়তো______ তোমাৰ বাবে দীর্ঘায়ু কামনা কৰা বোৰ লৈ ঘৃণা ওপজি আহিব____🥺◌⑅⃝●●⑅⃝◌

খুলি ভাঙি কিয় কব লাগে,
কিছুমান কথা চকুত চকু থলেই বুজি পায়
মৰম ভাল পোৱা কিয় বুজাব লাগে,
যদি হৃদয়ে নিজেই বুজি পায়🤍✨


আকাশৰ জুনটোক 👉🌃কেতিয়াও চুই চাব নোৱাৰোঁ বুলি জানিও দূৰৰ পৰা চাই ভাল লাগে🤗🧡
🌈তুমি মুৰ নহয় বুলি জানিও
তোমাক নিজৰ বুলি ভাবিয়ে ভাল লাগে❤️

😞তেতিয়াৰ মই আৰু এতিয়াৰ মই জনীৰ মাজত বহুত পাৰ্থক্য আছে, সিদিনা মই অকমান আঘাত পাই কন্দিছিলো 😥 মন বেয়া কৰিছিলোঁ 🥺 কিন্তু আজি কোনোবাই আঘাত কৰিলে 💔 হাতৰ মুঠি ✊শক্তিশালী কৰি নিজকে কওঁ it's ok ____এনেকুৱা হৈ থাকে , নতুন একো নহয় !!
এদিন সকলোঁ ঠিক হৈ যাব____❤️🥀 🤝

Member of

More Clubhouse users